জনপ্ৰিয় সংগীত শিল্পী বাপ্পী লাহিড়ীৰ মৃত্যু
বলীউডৰ জনপ্ৰিয় গায়ক বাপ্পী লাহিড়ী আৰু নাই। মঙলবাৰে মাজ ৰাতি মুম্বাইৰ জুহুৰ এখন বেচৰকাৰী হাস্পাতালত মৃত্যু হয় সংগীত শিল্পীগৰাকীৰ। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬৯ বছৰ। বিগত বছৰৰ এপ্রিলত কৰোণাত আক্ৰান্ত হৈছিল লাহিড়ী। তেতিয়া মুম্বাইৰ ব্রীচ কেণ্ডী হাস্পাতালত ভর্তি হৈছিল বাপ্পী লাহিড়ী। কিছুদিন পাছত সুস্থ হৈ ওভতিছিল। মঙলবাৰে মাজৰাতি ‘অবষ্ট্ৰাকটিভ স্লীপ…
Read More...