তৃতীয় পৰ্যায়ৰ ভোটযুদ্ধত ধনবলী-বাহুবলী
বিশেষ বাৰ্তা, ১৮ফেব্ৰুৱাৰীঃ ভোটযুদ্ধ মানেই এতিয়া ধনবল-বাহুবলৰ খেলা। ২০ ফেব্ৰুৱাৰী, দেওবাৰে বহু প্ৰত্যাশিত উত্তৰপ্ৰদেশ বিধানসভাৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোট। ৫৯টা সমষ্টিৰ বাবে হ'বলগীয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ৬২৭গৰাকী প্ৰাৰ্থীয়ে। এডিআৰৰ তথ্য় অনুসৰি ৬২৩ গৰাকী প্ৰাৰ্থীৰ ১৩৫ গৰাকী অৰ্থাৎ ২২শতাংশৰ বিৰুদ্ধেই আছে অপৰাধৰ গোচৰ।…
Read More...