২০টকাৰ বাদাম লাগে আইপিএছ বিষয়াক
এইকেইদিনত বাৰাণসী আৰক্ষীৰ অতিৰিক্ত আয়ুক্ত সুভাষ ডুবেৰ এটি ভিডিঅ' ছচিয়েল মিডিয়াত ভাইৰেল হৈছে। এই ভিডিঅ'ত তেওঁ ৰাস্তাৰ কাষত ঠেলাত বাদাম বিক্ৰী কৰা যুৱক এজনৰ কাষলৈ হঠাৎ গৈ ঠিয় দিয়ে আৰু ২০ টকাৰ বাদাম বিচাৰে। ভিডিঅ'ত দোকানীজনৰ মুখৰ অভিব্যক্তি চাই সকলোৱে হাঁহিৰ খোৰাক পায়।
pic.twitter.com/I7FYOPmXUs
— Subhash Dubey IPS (@dubey_ips) January 29, 2022…
Read More...