বিশ্বৰ সর্বোচ্চ ৰেল সেঁতুখন…
বিশ্বৰ সর্বোচ্চ ৰেল সেঁতু, চেনাব ব্ৰীজৰ নিৰ্মীয়মান অৱস্থাৰ ছবি শ্বেয়াৰ কৰি কেন্দ্রীয় মন্ত্রী অশ্বিনী বৈষ্ণৱে সকলোৰে মন ভৰাই তুলিছে। সেই ফটো কু এপত শ্বেয়াৰ কৰি মন্ত্রীজনে লিখিছে- "মেঘৰ ওপৰত বিশ্বৰ সর্বোচ্চ চেনাব সেঁতুৰ নিৰ্মীয়মান ফটো।" জম্মু-কাশ্মীৰৰ ৰিয়াছি জিলাত অৱস্থিত চেনাব সেঁতু ১,৩১৫ মিটাৰ দীঘল আৰু ইয়াৰ লক্ষ্য কাশ্মীৰ উপত্যকাৰ সৈতে সংযোগ…
Read More...