অষ্ট্রেলিয়াত ২২ বছৰৰ পিছত দেখা গ’ল দুষ্প্রাপ্য হেণ্ডফিছ
নিয়মীয়া বাৰ্তা, ২৫ ডিচেম্বৰঃ অষ্ট্রেলিয়াৰ টাছমানিয়াৰ উপকূলত সুদীর্ঘ ২২ বছৰৰ মূৰত দেখিবলৈ পোৱা গৈছে খোজকাঢ়ি ফুৰিব পৰা এক দুষ্প্রাপ্য মাছ৷ ‘হেণ্ডফিছ’ হিচাপে পৰিচিত এই মাছবিধ হ’ল সোঁফালে দুখন হাতৰ দৰে ফান আছে৷ গোলাপী ৰঙৰ এই মাছবিধ ১৯৯৯ চনত অন্তিমবাৰৰ বাবে টাছমানিয়াৰ সমীপত প্রত্যক্ষ কৰিছিল এজন ডুবাৰুৱে৷ মাছবিধৰ অস্তিত্বক লৈ বিপর্যয় নামি অহা বুলি আশংকা…
Read More...