মাতৃয়ে পেলাই যোৱা কন্যাশিশুক গোটেই নিশা পহৰা দিলে কুকুৰে
নিয়মীয়া বাৰ্তা, ২২ ডিচেম্বৰঃ সদ্যোজাত কন্যাশিশু এটিক মাতৃয়ে পেলাই থৈ গৈছিল৷ কন্যাশিশু হোৱা বাবেই মাতৃয়ে পৰিত্যাগ কৰি শিশুটিক পেলাই থৈ গৈছিল যদিও গোটেই নিশা এই শিশুটিক ৰক্ষণাবেক্ষণ দিলে অন্য এক মাতৃয়ে৷ এই ঘটনাক লৈ ছত্তিশগড়ৰ গাঁৱত সৃষ্টি হৈছে চাঞ্চল্য৷ ৰাজ্যখনৰ মুংগেলি জিলাৰ ছৰিছটাল গাঁৱত ঘটিছে এই ঘটনা৷ পুৱাৰ ভাগতে পথাৰৰ এক জাৰণিৰ কাষত শিশুটিৰ…
Read More...