ক’ভ’ভেক্স ক’র্বেভেক্স ব্যৱহাৰত কেন্দ্রৰ অনুমোদন
নিয়মীয়া বাৰ্তা ২৯ ডিচেম্বৰঃ ক’ভিড–১৯ৰ নতুন প্রকৰণ দ্রুতগতিত সংক্রমিত অমিক্রনৰ শংকা চলি থকাৰ মাজতে আজি কেন্দ্রীয় চৰকাৰে দুটা নতুন ক’ভিড ভেকচিন প্রদানত অনুমোদন জনাইছে৷ দুটা ভেকচিনৰ লগতে এণ্টি–ভাইৰেল ঔষধ এবিধো জৰুৰীকালীন ব্যৱহাৰৰ বাবে অনুমোদন জনাইছে৷ কেন্দ্রীয় স্বাস্থ্যমন্ত্রী মনছুখ মাণ্ডাভিয়াই দুটা নতুন ভেকচিন ক’ভ’ভেক্স আৰু ক’র্বেভেক্সৰ লগতে…
Read More...