সোমনাথত উন্নয়ন প্রকল্পৰ আধাৰশিলা স্থাপন প্রধানমন্ত্রী মোদীৰ
নিয়মীয়া বাৰ্তা, ২১ আগষ্ট: চুন্নী ইছলামিক নিষিদ্ধ সংগঠন তালিবানে আফগানিস্তান দখল কৰাৰ সময়তে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে সন্ত্রাসবাদক লৈ তাৎপর্যপূর্ণ মন্তব্য কৰিছে৷ সোমনাথ মন্দিৰকে ধৰি কেইবাটাও উন্নয়নমূলক প্রকল্পৰ আধাৰশিলা ভার্চুৱেলযোগে স্থাপন কৰি প্রধানমন্ত্রী মোদীয়ে সন্ত্রাসবাদ–বিনাশক্ শক্তিক লৈ মন্তব্য আগবঢ়ায়৷ প্রধানমন্ত্রী মোদীয়ে কয় যে…
Read More...