২৪ ঘণ্টাত দেশত পজিটিভ ১.৮৬ লাখ, মৃত্যু ৩,৬৬০জন
নিয়মীয়া বাৰ্তা, ২৯ মেঃ ধীৰ গতিৰে ক’ভিড–১৯ৰ সংক্রমণ দেশজুৰি হ্রাস পাবলৈ ধৰিছে৷ ঘাতক ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰে সংহাৰী ৰূপ লৈ পৰিস্থিতি বিপজ্জনক কৰি তোলাৰ পাছত বিগত সপ্তাহ ধৰি আক্রান্তৰ সংখ্যা হ্রাস পাবলৈ ধৰিছে৷ যোৱা ২৪ ঘণ্টাত দেশত আক্রান্ত হৈছে ১.৮৬ লাখ৷ এই আক্রান্তৰ সংখ্যা হৈছে বিগত ৪৪ দিনৰ মূৰকত এদিনত সর্বনিম্ন৷
ইপিনে, বিগত প্রায় মাহজোৰা…
Read More...