সংহাৰী য়াশ ঘূর্ণিয়ে বংগত ধ্বংস কৰিলে ৩ লাখ বাসগৃহ
নিয়মীয়া বাৰ্তা ২৭ মেঃ কালান্তক ক’ৰোনাই দেশজুৰি সংহাৰ সৃষ্টি কৰি থকাৰ সময়তে সামুদ্রিক ধুমুহা য়াশে দেশৰ পূব উপকূলত নমাই আনিছে আন এক দুর্যোগ৷ আজি পুৱাৰে পৰা সামুদ্রিক ঘূর্ণি য়াশে তাণ্ডৱ চলালে ওড়িশা আৰু পশ্চিমবংগত৷ বংগোপসাগৰত সৃষ্ট সামুদ্রিক ঘূর্ণি য়াশে আজি পুৱা ১৫০ কিলোমিটাৰ বেগেৰে ওড়িশাৰ উপকূলীয় বাহানগাৰ বালাছৰৰ দক্ষিণ আৰু ধামৰাৰ উত্তৰৰ মাজত…
Read More...