নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Category

দেশ বিদেশ

অৰুণাচলৰ সমীপত ৰাষ্ট্রীয় পথ নির্মাণ চীনৰ

নিয়মীয়া বাৰ্তা ২১ মেঃ দক্ষিণ–পূব তিব্বত স্বায়ত্তশাসিত অঞ্চলত চীনে এক ৰাষ্ট্রীয় ঘাইপথ নির্মাণৰ কাম সম্পূর্ণ কৰি তুলিছে৷ দুর্গম পার্বত্য অঞ্চলত ২ কিলোমিটাৰ দৈর্ঘ্যৰ এক সুৰংগও নির্মাণ কৰিছে বেইজিং প্রশাসনে৷ উল্লেখনীয় যে অৰুণাচলৰ সীমান্তৰ সমীপলৈ জুৰি আছে এই ৰাষ্ট্রীয় ঘাইপথটো৷ ভৱিষ্যতে ভাৰতৰ নিৰাপত্তাৰ বাবে চীনৰ এই ঘাইপথটো প্রত্যাহ্বান হৈ পৰিব বুলি…
Read More...

চিপকো আন্দোলনৰ নেতা সুন্দৰলাল বহুগোনা ক’ভিড-১৯ ত মৃত্যু

নিয়মীয়া বাৰ্তা, ২১ মে: চিপকো আন্দোলনৰ আঁৰৰ পৰিৱেশবিদ সুন্দৰলাল বহুগোণাৰ শুকুৰবাৰে ৯৪ বছৰ বয়সত মৃত্যু হয়। তেওঁক ৮…

ব্লেক ফাংগাছতকৈ ভয়াৱহ আন এক ভেঁকুৰৰ উপস্থিতিঃ পাটনাৰ চিকিৎসালয়ত ধৰা পৰিল মাৰাত্মক…

নিয়মীয়া বাৰ্তা, ২১ মে: ঘাতক ক’ভিড–১৯ৰ সমান্তৰালকৈ ব্লেক ফাংগাছক লৈ দেশবাসী শংকিত হৈ থকাৰ সময়তে এইবাৰ বিহাৰত ধৰা…

দ্বিতীয় জোৱাৰৰ আঁৰত ধর্মীয় সমাৱেশ, প্রব্রজিত শ্রমিক আছেঃ আই চি এম আৰ

নিয়মীয়া বাৰ্তা, ২১ মে: দেশত ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰ সক্রিয় আৰু সংহাৰী ৰূপ লোৱাৰ আঁৰত আছে ধর্মীয় সমাৱেশ আৰু…

শিশুৰ সুৰক্ষাক আওকাণ কৰিব নোৱাৰি, ভেকচিন নিশ্চিত কৰকঃ এইম্ছ ক’ভিড–১৯ টাস্ক ফ’ৰ্চৰ…

নিয়মীয়া বাৰ্তা, ২১ মে: নতুন ক’ভিড–১৯ৰ প্রকৰণে শিশুৰ ওপৰত অধিক প্রভাৱ পৰিব বুলি ইতিমধ্যে চিকিৎসা বিজ্ঞানীসকলে সকীয়নি…

যোৱা ২৪ ঘণ্টাত ২০.৫৫ লাখতকৈ অধিক লোকৰ ক’ভিড পৰীক্ষণ

নিয়মীয়া বাৰ্তা, ২১ মে: ক’ভিড–১৯ দ্বিতীয় জোৱাৰসৃষ্ট বিপজ্জনক পৰিস্থিতি লাহে লাহে সুস্থিৰ হ’বলৈ আৰম্ভ কৰিছে৷ বিগত…

এতিয়াৰে পৰা ঘৰতে কভিডৰ পৰীক্ষা কৰিব পাৰিব,ICMRৰে দিলে অনুমতি

নিয়মীয়া বাৰ্তা ২০ মেঃ   এতিয়াৰে পৰা কভিডৰ পৰীক্ষা ঘৰতে বহি কৰিব পাৰিব। এই সন্দৰ্ভত দেশৰ আগশাৰীৰ চিকিৎসা গৱেষণা…

তিনি শতাধিক ৰোগীক সৎকাৰ কৰি নিজেই ক’ৰোনাৰ বলি প্রবীণ কুমাৰ

নিয়মীয়া বাৰ্তা ২০ মেঃ ক’ভিড–১৯ত আক্রান্ত হৈ মৃত্যু হোৱা ৩০০তকৈ অধিক লোকৰ মৃতদেহ অন্তিম সৎকাৰ কৰি জনমানসত হিৰো…

ভাৰতীয়ক শ’লঠেকত পেলাই ভেকচিন ৰপ্তানি কৰা নাছিলঃ পুনাৱালা

নিয়মীয়া বাৰ্তা ২০ মেঃ ভাৰতীয় লোকৰ জীৱনৰ মূল্যৰ বিনিময়ত কেতিয়াও ভেকচিন ৰপ্তানি কৰা নাছিল৷ এই ঘোষণা ছিৰাম ইন্ষ্টিটিউট…