এনএছজিৰ প্রাক্তন মুৰব্বী জে কে দত্তৰ ক’ভিডত মৃত্যু
নিয়মীয়া বাৰ্তা ২০ মেঃ ঘাতক ক’ভিড–১৯ত প্রাণ হেৰুৱালে এন এছ জিৰ প্রাক্তন সঞ্চালকপ্রধান জে কে দত্তই৷ ২৬/১১ মুম্বাইৰ সন্ত্রাসবিৰোধী অভিযানক সন্মুখৰ পৰাই নেতৃত্ব দি দেশজুৰি চর্চিত হোৱা এন এছ জিৰ প্রাক্তন মৰব্বী জে কে দত্তৰ আজি বিয়লি ৩.৩০ বজাত গুড়গাঁৱৰ মেদান্ত হাস্পতালত বিয়োগ ঘটে৷ পৰিয়ালৰ সূত্রই প্রকাশ কৰা মতে, প্রাক্তন আই পি এছ দত্তক যোৱা ১৪ এপ্রিলত…
Read More...