অমানুষিকঃ ৰেষ্টুৰেণ্টলৈ নৈশ আহাৰ খুৱাবলৈ নি কন্যাই জ্বলাই দিলে পিতৃক
নিয়মীয়া বাৰ্তা, ২৩ মাৰ্চঃ শীতল মস্তিষ্কৰে পিতৃক হত্যা কৰা এক বাতৰিয়ে চাঞ্চল্যৰ সৃষ্টি কৰিছে চুবুৰীয়া ৰাজ্য কলকাতাত। নিশা ৰেষ্টুৰেণ্টত আহাৰ খাই পিতৃ-কন্যাই এখন পাৰ্কত বহে আৰু মদ্যপানৰ প্ৰতি আসক্ত পিতৃক পুনৰ মদ্যপান কৰোৱাই অচেতন অৱস্থাত জ্বলাই দিয়ে কন্যাই।
এই ঘটনা কালি নিশা কলকাতাৰ হুগলি নদীৰ পাৰৰ উত্তৰ বন্দৰ আৰক্ষী থানাৰ অন্তৰ্গত চান্দপাল ঘাটত…
Read More...