মঙলত নাছাই উৰুৱাব হেলিকপ্টাৰ ‘ইঞ্জিনুইটি’
নিয়মীয়া বাৰ্তা ২৫ মাৰ্চঃ ৰঙা গ্রহ মঙললৈ পাৰছেভাৰেন্স ৰ’ভাৰ প্রেৰণ কৰি গ্রহটো সন্দর্ভত বিভিন্ন পৰীক্ষা–নিৰীক্ষা চলাই থকা আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই আগন্তুক এপ্রিল মাহৰ আৰম্ভণিৰে পৰা গ্রহটোৰ আকাশত হেলিকপ্ঢাৰ উৰুওৱাৰ সংকল্প লৈছে৷ নাছাৰ বিশেষজ্ঞসকলে ইতিমধ্যে মঙলত হেলিকপ্টাৰ উৰুওৱাৰ প্রস্তুতি সম্পূর্ণ কৰি তুলিছে৷
উল্লেখনীয় যে পাৰছেভাৰেন্স…
Read More...