নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Category

দেশ বিদেশ

আজমেৰ শ্বৰীফ দৰগাহলৈ মোদীৰ চাদৰ

নিয়মীয়া বাৰ্তা ১৭ ফেব্ৰুৱাৰীঃ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ হৈ মঙলবাৰে কেন্দ্রীয় সংখ্যালঘু পৰিক্রমা মন্ত্রী মুখতাৰ আব্বাছ নাকভিয়ে  আজমেৰস্থিত ছুফি ধর্মগুৰু খাৱাজা মইনুদ্দিন চিষ্টিৰ দৰগাহলৈ আগবঢ়ায় এখন চাদৰ৷ ৮০৯সংখ্যক উৰুছ উপলক্ষে মোদীয়ে আজমেৰ শ্বৰীফ দৰগাহলৈ এই চাদৰখন আগবঢ়ায়৷ উৰুছ উপলক্ষে নাকভিয়ে মোদীৰ বার্তা পঢ়িও শুনায় দৰগাহটোত৷ এই বার্তাত মোদীয়ে…
Read More...

ভাৰতত ক’ভিডৰ আফ্রিকান প্রকৰণত আক্রান্ত ৪জন

নিয়মীয়া বাৰ্তা ১৭ ফেব্ৰুৱাৰীঃ ভাৰতত আফ্রিকাত পৰিৱর্তিত ক’ৰোনাৰ প্রকৰণৰ দ্বাৰা চাৰিগৰাকী লোক আক্রান্ত হৈছে৷ দক্ষিণ…

Modi-ক লৈ বিতর্কিত টুইট, সমস্যাত মোহময়ী অভিনেত্রী

নিয়মীয়া বাৰ্তা, ১৭ ফেব্ৰুৱাৰীঃ "গ' বেক মোদী"  শ্ল'গান দি বিতর্কত সোমাই পৰিছে তামিল অভিনেত্রী অভিয়া। মোদীৰ তামিলনাডু…

পূর্বৰ চৰকাৰৰ ভুল শুধৰাইছে এনডিএইঃ মোদী

নিয়মীয়া বাৰ্তা ১৭ ফেব্ৰুৱাৰীঃ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে মঙলবাৰে এক কার্যসূচীত অংশগ্রহণ কৰি কয় যে এন ডি এ চৰকাৰে…

ট্রাম্পৰ বিৰুদ্ধে তদন্ত চলিব নিৰপেক্ষ আয়োগৰ

নিয়মীয়া বাৰ্তা ১৭ ফেব্ৰুৱাৰীঃ ছিনেটত প্রাক্তন মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ বিৰুদ্ধে মহাভিযোগৰ বিচাৰ…

পুডুচেৰীত সংখ্যালঘুত পৰিণত হ’ল কংগ্রেছ চৰকাৰ

নিয়মীয়া বাৰ্তা ১৭ ফেব্ৰুৱাৰীঃ কেন্দ্রীয়শাসিত অঞ্চল পুডুচেৰীৰ কংগ্রেছ–ডি এম কে মিত্রজোঁটৰ চৰকাৰখন সংখ্যালঘুত পৰিণত…

প্রতিবাদকাৰীক আতিশয্য চলালে পৰিণতি ভয়ংকৰ হ’ব

নিয়মীয়া বাৰ্তা ১৭ ফেব্ৰুৱাৰীঃ  ম্যানমাৰত সামৰিক অভ্যুত্থানবিৰোধী প্রতিবাদকাৰীৰ বিৰুদ্ধে হিংস্র অৱদমন চলিলে দেশখনৰ…

পশ্চিমবংগৰ নির্বাচনঃ অভিনেতা মিথুনৰ বাসগৃহত আৰএছএছ প্রধান মোহন ভাগৱত

নিয়মীয়া বাৰ্তা, ১৭ ফেব্ৰুৱাৰীঃ ‘ডিস্কো ডেঞ্চাৰ’ খ্যাত প্রবীণ অভিনেতা মিথুন চক্রৱর্তীয়ে পুনৰ ৰাজনীতিত প্রৱেশ কৰিব…

গাখীৰ বিক্রীৰ কাৰণে ৩০ কোটিৰ হেলিকপ্টাৰ ক্রয় কৃষকৰ

নিয়মীয়া বাৰ্তা, ১৭ ফেব্ৰুৱাৰীঃ মহাৰাষ্ট্রৰ ভিৱান্দিৰ এজন কৃষকে তেওঁৰ দুগ্ধপামৰ ব্যৱসায় চলাবলৈ তথা গাখীৰ বিক্রী কৰাৰ…

১৯ বছৰ পিছত গোধৰা কাণ্ডৰ মূল অভিযুক্ত ভাটুকক গ্ৰেপ্তাৰ গুজৰাট আৰক্ষীৰ

নিয়মীয়া বাৰ্তা, ১৬ ফেব্ৰুৱাৰীঃ গোধৰা কাণ্ডৰ মূল অভিযুক্ত ৰফিক হুছেইন ভাটুকক গ্রেপ্তাৰ কৰে গুজৰাট আৰক্ষীৰ। ভাটুকক…