পাকত হিন্দু মন্দিৰত আক্রমণ কট্টৰ ইছলামপন্থীৰ
নিয়মীয়া বাৰ্তা ১ জানুৱাৰীঃ পাকিস্তানত ধর্মীয় সংখ্যালঘু লোকৰ উপাসনাস্থলীত বিভিন্ন সময়ত আক্রমণ সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈ থকা সময়তে দেশখনৰ খাইবাৰ–পাখটুনখাৱা কৰাক চহৰত কট্টৰ ইছলামিষ্ট লোকে এটা হিন্দু মন্দিৰ ভঙা কার্যক লৈ সৃষ্টি হৈছে তীব্র প্রতিক্রিয়া৷ কট্টৰ ইছলামপন্থী দল এটাৰ সমর্থকে মন্দিৰটোত কালি নিশা অগ্ণিসংযোগ কৰাৰ উপৰি বিভিন্ন সামগ্রী ভাঙি…
Read More...