ভ্রমণ বুৰঞ্জী নথকা লোকৰ দেহলৈ অতি সংক্রামক ক’ভিড
নিয়মীয়া বাৰ্তা, ৩১ ডিচেম্বৰঃ অতি সংক্রামক নতুন ক’ৰোনাই ব্রিটেইনত সংক্রমণৰ সংহাৰ সৃষ্টি কৰা ঘটনাক লৈ বিশ্বজুৰি আতংক বিয়পি পৰাৰ সময়তে আমেৰিকাত অতি সংক্রামক ক’ৰোনাত আক্রান্ত হৈছে প্রথমগৰাকী লোক৷
লক্ষণীয়ভাৱে আমেৰিকাত মূল ক’ৰোনাতকৈ ৭০ গুণ অধিক ক্ষিপ্রতাৰে সংক্রমণ ঘটাব পৰা নতুন ক’ৰোনাত লোকজন আক্রান্ত হৈছে যদিও এই লোকজনৰ কোনোধৰণৰ ভ্রমণ বুৰঞ্জী নাই৷ গতিকে…
Read More...