কর্ণাটক বিধান পৰিষদৰ উপাধ্যক্ষ ধর্মে গৌড়াৰ আত্মহত্যা
নিয়মীয়া বাৰ্তা ৩০ ডিচেম্বৰঃ কর্ণাটক বিধান পৰিষদৰ উপাধ্যক্ষ এছ এল ধর্মে গৌড়াই আত্মহত্যা কৰিছে৷ আজি পুৱা গৌড়াৰ মৃতদেহ উদ্ধাৰ হৈছে এটা ৰে’লপথত৷ আৰক্ষী সূত্রই সদৰী কৰা অনুসৰি গুণসাগৰৰ সমীপৱর্তী কাদ্দুৰৰ চিকমাংলুৰুৰ ৰে’লপথত উদ্ধাৰ হৈছে গৌড়াৰ মৃতদেহ৷ কালি নিশা চলন্ত ৰে’লৰ আগত জঁপিয়াই গৌড়াই আত্মহত্যা কৰা বুলি সন্দেহ প্রকাশ কৰিছে আৰক্ষীয়ে৷
স্মর্তব্য যে…
Read More...