মোদী কেবিনেটঃ অসম–অৰুণাচলৰ ২৩৭৪ গাঁৱৰ ম’বাইল প্রকল্পলৈ ২০২৯ কোটি
নিয়মীয়া বাৰ্তা ১০ ডিচেম্বৰঃ উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্য অসম আৰু অৰুণাচল প্রদেশৰ ২,৩৭৪খন গাঁৱত ম’বাইল নেটৱর্ক স্থাপনৰ বাবে ইউ এছ অ’ এফ আঁচনিৰ অধীনত ২০২৯ কোটি টকাৰ অনুমোদন দিছে কেন্দ্রীয় কেবিনেটে৷ আজি কেন্দ্রীয় কেবিনেটে ম’বাইল নেটৱর্কে সাঙুৰি নোলোৱা অসমৰ কার্বি আংলং আৰু ডিমা হাছাও জিলাৰ ৬৯১ গাঁও, অৰুণাচল প্রদেশৰ ১,৬৮৩ গাঁৱত ম’বাইল নেটৱর্ক প্রকল্পৰ বাবে…
Read More...