গ্রহাণুৰ নমুনা লৈ পৃথিৱীলৈ উভতিল জাপানৰ হায়াবাছা–২
নিয়মীয়া বাৰ্তা, ৭ ডিচেম্বৰঃ পৃথিৱীৰ পৰা ৩০০ নিযুত কিলোমিটাৰ নিলগত থকা গ্রহাণু ৰায়গুৰ পৃষ্ঠৰ লগতে পৃষ্ঠৰ ভিতৰভাগৰ ধূলি–মাটি সংগ্রহ কৰি পৃথিৱীলৈ নিৰাপদে উভতি আহিল জাপানৰ মহাকাশযান হায়াবাছা–২৷ কালি নিচেই পুৱা হায়াবাছা–২ নিৰাপদে অৱতৰণ কৰে অষ্ট্রেলিয়াৰ ৱুমেৰাত৷ এই মহাকাশ যানখনে গ্রহাণুটোৰ পৰা ধূলিসহ বিভিন্ন সামগ্রী কঢ়িয়াই আনিছে৷ ২০১৯ বর্ষৰ প্রাৰম্ভতে…
Read More...