পাকিস্তান-ৰ পৰা আমদানিকৃত সামগ্রী নিষিদ্ধ
নিউজ ডেস্ক, ৪ মে’ : পেহেলগামত সন্ত্রাসবাদীৰ নৰসংহাৰৰ পিছতে পাকিস্তান-ৰ বিৰুদ্ধে কঠোৰ কূটনৈতিক স্থিতি গ্রহণ কৰিছে ভাৰতে৷ জম্মু–কাশ্মীৰৰ পেহেলগামত পাক সন্ত্রাসবাদীৰ দ্বাৰা পর্যটকক নৰসংহাৰ চলোৱা ঘটনাত নতুন দিল্লীয়ে ইছলামাবাদৰ বিৰুদ্ধে গ্রহণ কৰা স্থিতি আৰু অধিক সম্প্রসাৰণ কৰে৷ সিন্ধু জল চুক্তি স্থগিতৰ পৰা পাকিস্তানী নাগৰিকক স্বদেশলৈ উভতি যোৱাৰ নির্দেশ,…
Read More...