নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Category

দেশ বিদেশ

শ্রীলংকাত জলদস্যু-ৰ আক্রমণত আহত ১৭জন ভাৰতীয়

নিউজ ডেস্ক, ৫ মে’ : তামিলনাডুৰ মাছমৰীয়াই কোৰোমণ্ডল উপকূলত মাছ মাৰি থাকোঁতে শ্রীলংকাৰ জলদস্যু-ৱে ভয়াৱহ আক্রমণ চলায়৷ স্পীড বোটেৰে অহা শ্রীলংকাৰ জলদস্যুৱে ভাৰতীয় মাছমৰীয়াৰ নাওসমূহক আক্রমণৰ লক্ষ্য কৰি লয়৷ চোকা অস্ত্রৰে মাছমৰীয়াক আক্রমণ কৰি জলদস্যুৰ দলটোৱে জিপিএছকে ধৰি মাছ মৰা জালসমূহ কাঢ়ি লৈ গুচি যায়৷ জলদস্যুৰ আক্রমণত ১৭জন মাছমৰীয়া গুৰুতৰভাৱে আহত হয়৷…
Read More...

ব্রাজিলত লেডী গাগা-ৰ সংগীতানুষ্ঠানত ২০ লক্ষাধিক দর্শক

নিউজ ডেস্ক, ৫ মে’ : লেডী গাগা-ৰ সংগীতানুষ্ঠানত অভিলেখ সংখ্যক দর্শকৰ উপস্থিতি৷ লেটিন আমেৰিকান ৰাষ্ট্র ব্রাজিলৰ ৰিঅ’…

৪ দিন যুদ্ধ কৰিবলৈও অস্ত্র শক্তি নাই পাকিস্তান-ৰ 

নিউজ ডেস্ক, ৫ মে’ : আস্ফালনেই শেষ ! যুদ্ধ আৰম্ভ হ’লে ৪ দিন যুদ্ধ কৰিব পৰাকৈ হাতত অস্ত্র নাই পাকিস্তান-ৰ৷ পেহেলগামত…

ৰাম কাল্পনিক চৰিত্র ! ৰাহুল গান্ধী-ৰ মন্তব্যক লৈ ক্ষুব্ধ বিজেপি

নিউজ ডেস্ক, ৫ মে’ : পুনৰ হিন্দুত্ব বিতর্কত ৰাহুল গান্ধী ! এইবাৰ বিজেপিৰ অভিযোগ যে ভগৱান শ্রী ৰামচন্দ্রক অপমান কৰিছে…

দ্বিতীয়বাৰৰ বাবে প্রধানমন্ত্রী আলবানিজ

নিউজ ডেস্ক, ৪ মে’ : প্রধানমন্ত্রী এন্থনী আলবানিজ নেতৃত্বাধীন লেবাৰ পার্টীয়ে অষ্ট্রেলিয়াৰ নির্বাচনত নির্ণায়ক বিজয়…

চীনৰ সহায়ত উত্তৰ–পূব দখল কৰিব বাংলাদেশে

নিউজ ডেস্ক, ৪ মে’ : জম্মু–কাশ্মীৰৰ পেহেলগামত পাক সন্ত্রাসবাদীৰ আক্রমণৰ পিছতেই ভাৰত আৰু পাকিস্তানৰ মাজত আসন্ন যুদ্ধৰ…

এছিয়া কাপ-ৰ পৰা পাকিস্তানক বাদ দিয়ক : গাভাস্কাৰ

নিউজ ডেস্ক, ৪ মে’ : চলিত বর্ষৰ ছেপ্টেম্বৰত ভাৰতত অনুষ্ঠিত হ’ব এছিয়া কাপ ক্রিকেট প্রতিযোগিতা৷ পেহেলগামত সংঘটিত…