কানাডাত ২ ফৈদৰ গুলীৰ মাজত নিহত ভাৰতীয় ছাত্রী
🔹 উচ্চ শিক্ষাৰ বাবে দুবছৰ পূর্বে কানাডালৈ গৈছিল হৰছিমৰত
নিউজ ডেস্ক, ২০ এপ্রিল : গোষ্ঠীসংঘর্ষৰ মাজত পৰি কানাডাৰ ৰাস্তাত গুলীবিদ্ধ হৈ মৃত্যু হ’ল এগৰাকী ভাৰতীয় ছাত্রীৰ৷ বুধবাৰে সন্ধিয়া ৭.৩০ বজাত কলেজৰ পৰা ওলাই বাছ ধৰিবলৈ ৰাস্তাৰ কাষত অপেক্ষা কৰি আছিল ২১ বছৰীয়া হৰছিমৰত ৰান্ধৱাই৷ সেই সময়ত পথত দুটা গোষ্ঠীৰ মাজত গুলীচালনা আৰম্ভ হয়৷ তেতিয়াই এটা গুলী আহি…
Read More...