চৰকাৰী ভূমিত নির্মিত মাদ্রাছাত হাতুৰীৰ কোব চৰকাৰৰ
🔹 ৱাকফ আইনৰ অধীনত প্রথম পদক্ষেপ
নিউজ ডেস্ক, ১৩ এপ্রিল : নতুনকৈ বলৱৎ কৰা ৱাকফ সংশোধনী আইনৰ অধীনত প্রথমটো পদক্ষেপ গ্রহণ কৰিলে মধ্যপ্রদেশ চৰকাৰে৷ ৰাজ্যখনৰ পান্না জিলাৰ বিডি কলনীত চৰকাৰী ভূমিত নির্মিত মাদ্রাছা এখন কালি ভাঙি পেলালে চৰকাৰে৷ বিজেপিৰ ৰাজ্যিক সভাপতি বিষ্ণু দত্ত শর্মাই আনুষ্ঠানিকভাৱে চৰকাৰী ভূমিত বে–আইনীভাৱে মাদ্রাছা নির্মাণ কৰাৰ অভিযোগ…
Read More...