এইখন ৰাজ্যত কাৰ্যকৰী মহিলা সংৰক্ষণ! ৩৩% আসনত প্ৰতিদ্বন্দ্বিতা কৰিব মহিলাই
অন্ধ্ৰপ্ৰদেশৰ শাসকীয় তেলুগু দেশম পাৰ্টী (TDP)-এ এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। চন্দ্ৰবাবু নাইডুৰ দলে ৰাজ্যত আগন্তুক সকলো নিৰ্বাচনত মহিলাসকলক ৩৩ শতাংশ আসনত সংৰক্ষণ দিয়াৰ সংকল্প গ্ৰহণ কৰিছে।
মহিলাসকলক টিকট বিতৰণত ৩৩ শতাংশ সংৰক্ষণ দিয়াৰ প্ৰস্তাৱ TDPৰ কাৰ্যকৰী সভাপতি নাৰা লোকেশে মহানাডু অধিৱেশনত উত্থাপন কৰে। লোকেশে কয় যে বিৰোধী দলসমূহে সংসদ…
Read More...