চাহ বাগিচাত মানৱ সেৱাৰে জীৱন উছর্গা কৰা মাকুমৰ ডাঃ বিনয় কুমাৰ ফুকন
অখিল চন্দ্র বৰুৱা, মাকুম
যি সময়ত চাহবাগিচা অঞ্চলত চিকিৎসা সেৱা আগবঢ়াবলৈ একাংশ চিকিৎসকে আতংকিত হৈছে সেই সময়ত মাকুমৰ এজন চিকিৎসকে অৱসৰৰ পাছতো চাহ শ্রমিকৰ প্রেমৰ বাবেই বাগিচা এৰিব নোৱাৰি সেৱা আগবঢ়াই আহিছে ৷ মাকুম জ্যোতিনগৰৰ প্রয়াত মুক্তিযোদ্ধা সূর্যকান্ত ফুকন আৰু অন্নদা ফুকনৰ জ্যেষ্ঠ পুত্র বিনয় কুমাৰ ফুকনৰ জন্ম হৈছিল ১৯৪৫ চনত৷ বিনয় কুমাৰ ফুকনে…
Read More...