মন্দিয়াত কৃষিকৰ্মৰে শিক্ষিত নিবনুৱাৰ বিপ্লৱ
বৰপেটা জিলাৰ দক্ষিণাঞ্চল তথা ৪৫নংবাঘবৰ বিধানসভা সমষ্টিৰ অন্তর্গত মন্দিয়াত কর্মসংস্থাপনৰ আন আশা ত্যাগ কৰি শিক্ষিত নিবনুৱাই কৃষিকার্যত আত্মনিয়োগৰ জৰিয়তে কৃষিখণ্ডত এক বিপ্লৱৰ সূচনা কৰিছে৷ বৰপেটা জিলা কৃষি বিষয়াৰ কার্যালয়ৰ অধীনস্থ বৃহত্তৰ বাঘবৰ ৰাজহ চক্র অঞ্চলৰ আলু খেতিৰ কৃষকে সেউজ বিপ্লৱৰ সৃষ্টি কৰিলে৷ উল্লেখ্য যে দ মাটিৰ অঞ্চল বুলি জনাজাত এই বৃহত্তৰ…
Read More...