পাৰমাণৱিক শক্তি নিগমত ৮০ পদ
আণৱিক শক্তি বিভাগৰ অধীনত পৰিচালিত পাৰমাণৱিক শক্তি নিগমত খালী হৈছে শিক্ষানবিচৰ ৮০টা পদ৷ বিজ্ঞাপনৰ তথ্য অনুসৰি, খালী পদ পূৰণ হ’বলগীয়া বিভাগসমূহ হৈছে– ফিটাৰ (১০), টার্নাৰ (৫), ইলেক্ট্রিচিয়ান (৮), ৱেল্ডাৰ (৮), ইলেক্ট্রনিক্স (৩), ইনষ্ট্রুমেণ্টেচন মেকানিক (৫), ৰেফ্রিজাৰেচন এণ্ড এচি মেকানিক (৫), কার্পেণ্টাৰ (৬), প্লাম্বাৰ (৬), ৱায়াৰমেন (৭), ডিজেল মেকানিক…
Read More...