ভাৰতীয় মানক ব্যুৰ’ত ১৭১ পদ খালী
ভাৰতীয় মানক ব্যুৰ’ত মুকলি হৈছে চাকৰি লাভৰ সুযোগ৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰি বিভাগীয় সঞ্চালকে ১৭১ পদৰ এক বিস্তৃত নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷ বিজ্ঞাপনৰ তথ্য অনুসৰি, খালী পদসমূহৰ ভিতৰত আছে– এছিছটেণ্ট ডাইৰেক্টৰ–এডমিনিষ্ট্ এণ্ড ফাইনেন্স ২টা, এছিছটেণ্ট ডাইৰেক্টৰ–মার্কেটিং এণ্ড কনজিউমাৰ এফেয়ার্ছ ১টা, এছিছটেণ্ট ডাইৰেক্টৰ–লাইব্রেৰী ১টা, এছিছটেণ্ট…
Read More...