লোকসেৱা আয়োগত ৩৩১ পদত মকৰল, ১০ অক্টোবৰৰ ভিতৰত আবেদন আহ্বান
নিয়মীয়া বাৰ্তা, ২৪ ছেপ্টেম্বৰঃ অসম লোকসেৱা আয়োগে ৩৩১ পদৰ এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷ মুঠ খালী পদ ৩৩১টাৰ ভিতৰত অ’চি ১২১টা, অ’বিচি/এম’বিচি/ ৯২টা, এছ চি ২০টা, এছ টি–পি ৩৮টা, এছ টি এইচ ১৭টা আৰু আর্থিকভাৱে পিছপৰা শ্রেণীৰ প্রার্থিৰ বাবে ৪৩টা পদ সংৰক্ষিত থাকিব৷
আয়োগৰ সচিবে প্রকাশ কৰা বিজ্ঞাপনৰ তথ্য অনুসৰি খালী পদ পূৰণ হ’বলগীয়া বিভাগসমূহ হৈছে–Assam…
Read More...