ঢকুৱাখনাত হঠাৎ ব্ৰহ্মপুত্ৰৰ অস্বাভাৱিক পৰিৱৰ্তনত শংকিত নৈপৰীয়া
নিয়মীয়া বাৰ্তা, ২৬ নৱেম্বৰ : ৰুক্ষ বক্ষৰে মৰূময় অৱস্থালৈ গতি কৰিছে ব্ৰহ্মপুত্ৰ।অসমীয়া জাতীয় জীৱনৰ আয়ুস ৰেখা মহাবাহু ব্ৰহ্মপুত্ৰৰ অস্বাভাৱিক পৰিৱৰ্তনত চিন্তিত হৈ পৰিছে নৈপৰীয়া লোক। কিয়নো ক্ৰমাৎ তৰাং হৈ পৰিছে মহাবাহুৰ বুকু। ক্ৰমাৎ যেন মৰুভূমিৰ ৰূপ ধাৰণ কৰিছে মহাবাহু ব্ৰহ্মপুত্ৰই। হঠাৎ শদিয়াৰ পৰা ধুবুৰীলৈ ৰুক্ষ বক্ষৰে মৰূময় অৱস্থালৈ গতি কৰিছে অসম আৰু…
Read More...