আলফাৰ (স্বা:) দ্বাৰা অপহৃত হিমালয় চাহ উদ্যোগৰ মহৰি গৌতম বসুমতাৰীক মুক্তি
নিয়মীয়া বাৰ্তা, ৭ নৱেম্বৰ : উত্তৰ পূবৰ সন্ত্ৰাসবাদীৰ অবাধ বিচৰণ স্থলী অসম অৰুণাচলৰ সীমান্তৱৰ্তী জাগুনৰ দহ মাইলস্থিত হিমালয় চাহ উদ্যোগৰ মহৰী হিচাপে কৰ্মৰত অপহৃত গৌতম বসুমতাৰীক অৱশেষত মুক্তি দিলে আলফা স্বাধীনে। উল্লেখ্য যে জাগুনৰ প্ৰতিস্থিত ব্যৱসায়ী ৰাধা চেতিয়াৰ মালিকানাধীন হিমালয় চাহ উদ্যোগৰ পৰা এটা সাত জনীয়া অস্ত্ৰধাৰী দলে যোৱা ২৩ অক্টোবৰ…
Read More...