পাছিঘাটত ভূপেন হাজৰিকা বিষয়ক ইংৰাজী গ্ৰন্থ উন্মোচন
নিয়মীয়া বাৰ্তা, ৮ ছেপ্টেম্বৰঃ অৰুণাচলৰ প্ৰদেশৰ ইষ্ট চিয়াং জিলাৰ পাছিঘাটত ভাৰতৰত্ন সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ আজি ওপজা দিনতে পাচিঘাটৰ শস্যউদ্যান মহাবিদ্যালয় সভাগৃহত ফিল্ম এণ্ড টেলিভিছন গিল্ড অৱ অৰুণাচলৰ উদ্যোগত আৰু অসমৰ অনুষ্ঠান 'চিত্ৰাচল'ৰ সহযোগত বিশ্ববৰেণ্য শিল্পী ডঃ ভূপেন হাজৰিকাৰ জীৱন আৰু কৃতিৰ চৰ্চা কেৱল আনুষ্ঠানিক বক্তৃতা প্ৰদানৰ দিনতীয়া…
Read More...