কাইৰোপ্ৰেকটিক চিকিৎসাত অসমৰ প্ৰথম ডক্টৰেট মিফটাৰ আহমেদ
বিশেষ বাৰ্তা, ২৬ নৱেম্বৰঃ কাইৰোপ্ৰেকটিক চিকিৎসা পদ্ধতিত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী ডক্টৰেট হিচাপে পৰিচয় লাভ কৰিলে ডিব্ৰুগড়ৰ মিফটাৰ আহমেদে। নতুন দিল্লীৰ তিন মূৰ্তি ভৱনৰ প্ৰধানমন্ত্ৰী সংগ্ৰাহলয়ৰ নেহেৰু অডিটৰিয়ামৰ এক গাম্ভীর্যপূৰ্ণ অনুষ্ঠানত World Culture and Environment Protection Commission এ তেওঁক ডক্টৰেট ইন কাইৰোপ্ৰেকটিক ডিগ্রী প্ৰদান কৰে।…
Read More...