অৰুণাচলত নতুন মেগা হাইড্ৰ’ইলেকট্ৰিক প্ৰকল্পত অনুমোদন কেন্দ্ৰৰ, ধন আবণ্টন
কেন্দ্ৰই অৰুণাচল প্ৰদেশত এটা নতুন মেগা হাইড্ৰ’ইলেকট্ৰিক প্ৰকল্পৰ অনুমোদন জনাইছে, যাৰ জৰিয়তে চৰকাৰে উত্তৰ-পূবত পৰিষ্কাৰ শক্তি উৎপাদন আৰু বানপানী পৰিচালনাৰ ক্ষেত্ৰত পদক্ষেপ অধিক শক্তিশালী কৰিব। জানিব পৰা মতে ২৬,০৭০ কোটি টকা হাইড্ৰ’ইলেকট্ৰিক প্ৰকল্পৰ বাবে অনুমোদন দিয়া হৈছে। এই প্ৰকল্পটো নামনি সোৱণশিৰি জিলাত ১,৭২০ MW সংৰক্ষণভিত্তিক শক্তি উৎপাদনকাৰী…
Read More...