অৰুণাচলত আৱিষ্কাৰ নতুন প্ৰজাতিৰ ভাইপাৰ
নিয়মীয়া বাৰ্তা, ১৯ এপ্ৰিলঃ দেশৰ ভিতৰতে জৈৱ-বৈচিত্ৰ্যৰে সমৃদ্ধিশালী উত্তৰ-পূৰ্বাঞ্চল । অঞ্চলটোৰ অন্যতম ৰাজ্য অৰুণাচল প্ৰদেশৰ জৈৱ-বৈচিত্ৰ্যও অতিকৈ সমৃদ্ধিশালী । বিভিন্ন দুষ্প্ৰাপ্য প্রজাতিৰ জীৱ–জন্তুৰ লগতে গছ–গছনিৰ সমাহাৰেৰে উজ্জীৱিত প্রদেশখনৰ গভীৰ বনাঞ্চল৷ প্রদেশখনৰ পাকে টাইগাৰ ৰিজার্ভত শেহতীয়াভাৱে আৱিষ্কাৰ হৈছে বিশ্বৰ ভিতৰতে বিষাক্ত ভাইপাৰৰ নতুন…
Read More...