আজি নিটি আয়োগৰ সন্মিলনত অংশগ্রহণ কৰিব মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই
বিশেষ বার্তা, ৭ আগষ্টঃ নতুন দিল্লীত উপস্থিত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা৷ ৰাষ্ট্রপতি ভৱনত আয়োজন কৰা আজাদী কা অমৃত মহোৎসৱৰ ৰাষ্ট্রীয় কমিটীৰ বৈঠকত অংশগ্রহণৰ বাবে মুখ্যমন্ত্রী ড০ শর্মা কালিয়েই নতুন দিল্লীত উপস্থিত হয়৷ ইয়াৰ পাছতে তেওঁ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহকো সাক্ষাৎ কৰে৷ অৱশ্যে কেন্দ্রীয় গৃহমন্ত্রীগৰাকীৰ সৈতে কি বিষয়ক লৈ আলোচনা কৰে…
Read More...