অসমৰ পৰা সৰবৰাহ হোৱা বৰ ভেকুলীৰ বৃহৎ বজাৰ চলিছে…
দীপাংকৰ পাল ,সোণাৰি, ২২ এপ্ৰিলঃ জীৱশ্রেষ্ঠ মানুহে এফালে প্রকৃতি সম্পদ সুৰক্ষাৰ দাবীত সৰৱ হৈছে, আনফালে জীৱ শ্রেষ্ঠ মানুহৰ হাততে প্রাণ হেৰুৱাই অস্বিত্ব নোহোৱা হ'বলৈ ধৰিছে বৰ ভেকুলীৰ। বৰ ভেকুলীৰ মাংসই বিভিন্ন ৰােগৰ মহা ঔষধিৰ কাম কৰে বুলি প্রচলিত প্রবাদ আৰু জনশ্রুতিৰ আধাৰত মানুহে বৰ ভেকুলী নিধন যজ্ঞ চলাই আহিছে। বাৰিষাৰ ন-পানীত গাঁতৰ পৰা ওলাই অহা…
Read More...