আইএছএল : ইষ্ট বেংগলক হৰুৱাই তৃতীয় স্থানলৈ নর্থ ইষ্ট
🔹 ৪-০ গ’লত পৰাস্ত ইষ্ট বেংগল
নিউজ ডেস্ক, ৯ মার্চ : শ্বিলঙৰ সমর্থকক জয়ৰ আনন্দ দিয়াৰ লক্ষ্যৰে চলিত আইএছএলৰ অন্তিমখন লীগ মেচত অৱতীর্ণ হোৱা নর্থ ইষ্ট ইউনাইটেড এফচিয়ে কালি অনুৰাগীৰ প্রত্যাশা পূর্ণ কৰিবলৈ সক্ষম হ’ল৷ শ্বিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত মেচখনত নর্থ হষ্ট ইউনাইটেডে ৪–০ গ’লত পৰাস্ত কৰে ইষ্ট বেংগল এফচিক৷ শ্বিলঙত প্রথম জয়ৰ সফলতা লাভ কৰি…
Read More...