নাহৰলগুনত অসমীয়া কিশোৰক গুলীচালনা অৰুণাচলীৰ, হাস্পতালত মৃত্যুৰে যুঁজিছে আন্দ্ৰিয়াজে
অৰুণাচলৰ নাহৰলগুনত অসমীয়া কিশোৰৰ ওপৰত গুলীচালনা-ৰ এক ঘটনা সংঘটিত হৈছে।অৰুণাচলী যুৱকৰ গুলীচালনাত গুলীবিদ্ধ হৈছে ১৪ বছৰীয়া কিশোৰ এগৰাকী। আহত কিশোৰজন আন্দ্ৰিয়াজ ইন্দোৱাৰ। আদিবাসী কিশোৰজনক শূন্য দূৰত্বৰ পৰা গুলীয়ায় অৰুণাচলীয়ে।
উল্লেখ্য যে নাহৰলগুনৰ এটা গেৰেজত কৰ্মৰত আছিল কিশোৰজন। কিশোৰজনৰ ঘৰ ৰঙানদী সমষ্টিৰ ঢেকিয়াজুলি খ্ৰীষ্টান গাঁৱত। সম্প্ৰতি…
Read More...