উত্তৰ–পূবৰ আটাইতকৈ পৰিষ্কাৰ ৰাজধানী চহৰ গুৱাহাটী
🔹 স্বচ্ছ সর্বেক্ষণ ২০২৪–২৫ সমীক্ষাৰ তথ্য
বিশেষ বাৰ্তা, ১৮ জুলাই : উত্তৰ–পূবৰ দুৱাৰমুখস্বৰূপ গুৱাহাটী মহানগৰীয়ে স্বচ্ছ সর্বেক্ষণ ২০২৪–২৫ সমীক্ষাত আটাইতকৈ পৰিষ্কাৰ ৰাজধানী চহৰ হিচাপে পৰিগণিত হৈছে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে এই তথ্য প্রকাশ কৰে৷
মুখ্যমন্ত্রীয়ে সামাজিক মাধ্যমযোগে এই তথ্য প্রকাশ কৰি লিখিছে– গুৱাহাটী তথা…
Read More...