অৱসৰ গ্ৰহণৰ পূৰ্বে পেঞ্চনৰ নথি-পত্ৰ পাব শিক্ষকে
🔹 বিহপুৰীয়া শিক্ষাখণ্ডৰ শিক্ষা বিষয়া আব্দুৰ ৰাজ্জাকৰ প্ৰশংসনীয় পদক্ষেপ
নিয়মীয়া বাৰ্তা, ২৮ মাৰ্চ : এটা সময় আছিল অৱসৰ গ্ৰহণৰ পিছত পেঞ্চনৰ বাবে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে অফিচ-কাছাৰীলৈ তাঁতবাটি কাঢ়িব লগা হয় ৷ অফিচ-কাছাৰীলৈ তাঁতবাটি কাঢ়ি বছৰৰ পিছত বছৰ যোৱাৰ পিছতো পেঞ্চনৰ ধনকেইটাৰ বাবে চকুপানী টুকিব লগা হয় অৱসৰী শিক্ষক-কৰ্মচাৰীয়ে ৷ কিন্তু সময় পৰিৱৰ্তন…
Read More...