২৩ মে’ : আজিৰ দিনটোৰ ৰাশিফল
আজি ২৩ মে’, জেঠ মাহৰ ৮ তাৰিখ
শনিবাৰ : তিথি–শুক্লাসপ্তমী, নক্ষত্র : ভৰণী, যাত্রা : নাই
মেষ : আজি ব্যৱসায়ৰ ক্ষেত্রত খৰচ বৃদ্ধি৷ পাৰিবাৰিক দিশত অশান্তি হ’ব পাৰে৷ কামৰ চাপ বৃদ্ধি হ’ব৷ স্ত্রীৰ লগত অলপ বিবাদ হ’ব পাৰে৷ শুভ ৰং নীলা, শুভ সংখ্যা ২৷
বৃষ : আজি নতুন গৃহ নির্মাণ হোৱাৰ সম্ভৱনা৷ চাকৰিৰ উন্নতিৰ সুযোগ আহিব পাৰে৷ অন্য লোকৰ বাবে খৰচ বৃদ্ধি হ’ব…
Read More...