গোলাঘাটত বিশ্ব যক্ষ্মা দিৱস, নিক্ষয় মিত্ৰ-নুমলীগড় শোধনাগাৰক সম্বৰ্ধনা
নিয়মীয়া বাৰ্তা, ২৫ মাৰ্চ : গোলাঘাটৰ ৰাষ্ট্ৰীয় যক্ষ্মা নিয়ন্ত্ৰণ কোষৰ দ্বাৰা বিশ্ব যক্ষ্মা দিৱস উদযাপন ২৪ মাৰ্চত অনুষ্ঠিত কৰা হয়। এই দিৱসৰ কাৰ্যসূচী অনুসৰি প্ৰথমে এক সজাগতা সমদল শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ পৰা আৰম্ভ কৰি গোলাঘাট নগৰ হৈ জিলা যক্ষ্মা চিকিৎসালয়ত সমাপ্ত কৰা হয়। এই সমদলত জি এন এম নাৰ্চিং স্কুলৰ ছাত্ৰ - ছাত্ৰী আৰু আশা…
Read More...