জোনাইৰ এখন কয়দীবিহীন কাৰাগাৰ…
নিয়মীয়া বাৰ্তা, জোনাই, ১০ মে' : জোনাইত বিগত প্ৰায় তিনি দশক ধৰি পৰিত্যক্ত অৱস্থাত পৰি আছে এখন কয়দীবিহীন কাৰাগাৰ। ১৯৯০ চনত স্থাপন কৰা এই কাৰাগাৰখন আজিলৈকে কাৰ্যক্ষম হৈ নুঠিল। দীঘলীয়া সময় ধৰি ব্যৱহাৰ নোহোৱাৰ ফলত কাৰাগাৰখন বৰ্তমান ৰূপান্তৰিত হৈছে ভূত বাংলালৈ৷
জোনাইৰ ৩নং মুৰ্কংচেলেকত প্ৰায় ৫২ বিঘা বিস্তৃত ভূমিত নিৰ্মাণ কৰা এই কাৰাগাৰখনত কয়দীৰ…
Read More...