১৪ মে’ : আজিৰ দিনটোৰ ৰাশিফল
আজি ১৪ মে’, ব’হাগ মাহৰ ৩০ তাৰিখ
বৃহস্পতিবাৰ : তিথি–কৃষ্ণ দশমী, নক্ষত্র : ধনিষ্ঠা, যাত্রা : নাই
মেষ : কর্মস্থানত মধ্যম। দূৰ ভ্রমণৰ যোগ৷ বিদ্যা–বুদ্ধিত শুভ৷ সন্তানক লৈ চিন্তা বাঢ়িব৷ শৰীৰত বিষ হ’ব পাৰে৷ শুভ ৰং মুগা৷ শুভ সংখ্যা ২৷
বৃষ : কর্মোন্নতিত আনৰ প্রভাৱ পৰিব পাৰে৷ বিখ্যাত লোকৰ সংগ পাব পাৰে৷ ভ্রমণ নকৰাই ভাল৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ৫৷
মিথুন :…
Read More...