লাহৰীঘাটৰ পাভকাটিত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত কেলেংকাৰি
🔹 জিপিচি মোজাম্মিলৰ বিৰুদ্ধে দৰিদ্ৰ হিতাধিকাৰীৰ পৰা ধন সংগ্ৰহৰ অভিযোগ
🔹 জিপিচিক ধন দিলে নিৰ্মাণ কৰিব নালাগে আৱাস গৃহ !
নিয়মীয়া বাৰ্তা, ২৯ জুন : মৰিগাঁও জিলাৰ লাহৰীঘাটত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহৰ নামত ব্যাপক কেলেংকাৰি সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে। লাহৰীঘাট উন্নয়ন খণ্ডৰ অন্তৰ্গত পাভকাটি গাঁও পঞ্চায়তত সংঘটিত হৈছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ…
Read More...