ডিব্রুগড়ক দ্বিতীয় ৰাজধানী ৰূপে গঢ়িবলৈ ৫০০ কোটি আবণ্টন, কেবিনেটৰ গুৰুত্বপূর্ণ সিদ্ধান্ত
ডিজিটেল ডেস্ক, ৬ জুন : শুকুৰবাৰে ড০ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ পিছত সন্ধিয়া অনুষ্ঠিত কেবিনেট বৈঠকে ডিব্ৰুগড়বাসীৰ বাবে দিছে এক সুখবৰ। ১২জনকৈ মন্ত্রীৰ নিযুক্তিৰে মন্ত্রীসভাৰ সম্প্রসাৰণ ঘটোৱাৰ পিছতেই অনুষ্ঠিত কেবিনেটে গ্রহণ কৰিলে এক গুৰুত্বপূর্ণ সিদ্ধান্ত৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ অধ্যক্ষতাত লোকসেৱা ভৱনত অনুষ্ঠিত এই কেবিনেট…
Read More...