ধুবুৰীত বিশ্ব যক্ষ্মা দিৱস উদযাপন
নিয়মীয়া বাৰ্তা, ২৪ মাৰ্চ : ধুবুৰী জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত আজি ধুবুৰীত বিশ্ব যক্ষ্মা দিৱস উদযাপন কৰা হয়। দিৱসৰ সৈতে সংগতি ৰাখি স্বাস্থ্য বিভাগে উদ্যোগত এটি সজাগতা মূলক মটৰ চাইকেল ৰেলিৰো আয়োজন কৰে। ধুবুৰী চহৰৰ মাজমজিয়াৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰৰ পৰা উলিওৱা সেই মটৰ চাইকেল ৰেলীটোত মটৰ চাইকেলত যক্ষা ৰোগ সন্দৰ্ভীয় বিভিন্ন প্লেকাৰ্ড…
Read More...