ধুবুৰীত তিনি মহলীয়া বিল্ডিঙৰ পৰা পৰি দুই শ্ৰমিকৰ কৰুণ মৃত্যু
নিয়মীয়া বাৰ্তা, ধুবুৰী, ৮ মে' : ধুবুৰী চহৰৰ মাজমজিয়াৰ যোগমায়া ঘাট অঞ্চলৰ সমীপত সংঘটিত হয় এক শোকাৱহ ঘটনা। অঞ্চলটোৰ তিনিমহলীয়া এটা বিল্ডিঙত কাম কৰি থকা অৱস্থাত অকস্মাতে তললৈ পৰি যায় দুজনৈক শ্ৰমিক। গুৰুতৰভাৱে আহত অৱস্থাত আফজাল হুছেইন আৰু আজিজুৰ শ্বেখ নামৰ দুজনক ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাললৈ নিয়া হয় যদিও মৃত্যু হয় দুয়োৰে।…
Read More...